Feeling (Assamese)

নীলা খামৰ চিঠি -Assamese Love Letter

Assamese Love Letter / Assamese Love Letter for Girlfriend           প্ৰথমে মোৰ মৰম গ্ৰহন কৰিবা বুলি লিখাৰ অধিকাৰ আৰু নাই আজি মোৰ । কেনে আছা তুমি ? ভালনে আছানে ? এইবোৰ প্ৰশ্ন কৰিও তোমাক উত্তৰ দিবলৈ বাধ্য নকৰাও তোমাক মই কাৰণ তুমি মোৰ হৈ থকা নাই এতিয়া ৷ ইন্টাৰনেটৰ যুগ এতিয়া চিঠি কোনোৱাই লিখে নেকি ! কিমান আউটডেটেত চোৱা আজিও মই ৷ কিন্তু কি কৰিম …

নীলা খামৰ চিঠি -Assamese Love Letter Read More »

যন্ত্ৰণা – Feeling of Sadness

When You Feel Depressed/ Feeling Sad/ Feeling Lonely/ Feeling Depressed About Life in Assamese Language            যন্ত্ৰণা, বুকুৰ ভিতৰত অনবৰতে কঢ়িয়াই লৈ ফুৰা এক অনামী অবুজ অনুভৱৰ প্ৰতিধ্বনিত দপ দপকৈ জ্বলি উঠা আশাৰ সপোনবোৰৰ ব্যৰ্থতাত বাগৰি অহা চকুলোৰ সহিব নোৱাৰা কষ্টৰ এটি ক্ষণৰ নাম ৷ যন্ত্ৰণা, বৰ অসহনীয় হৈ পৰে কেতিয়াবা অকল্পনীয় …

যন্ত্ৰণা – Feeling of Sadness Read More »

“শৰৎ” – শিহৰণৰ অন্য এটি নাম !

   Saratar Sewali/ Feelings of Autumn/Autumn Season in Assam           কপহুৱা মেঘৰ আঁৰে আঁৰে লুকা-ভাকু খেলি, ৰূপৱালী জোনাকত শেৱালি ফুলৰ স্নিগ্ধ সুবাস লৈ আহিছে শাৰদীৰাণী৷ প্ৰবাহিত শেৱালিৰ মনোমোহা সুবাসে চুই গৈছে প্ৰতিখন অনুভৱী হৃদয়ক ৷ কি যে শীতল এই পৰশ, যেন এক অবুজ মনৰ অনামি শিহৰণ ৷ শাৰদীৰাণীৰ আগমনত সাৰ পায় উঠিছে সেউজীয়া দূবৰি আৰু  শেৱালিৰ  অনাকাংক্ষিত কামনা ৷ …

“শৰৎ” – শিহৰণৰ অন্য এটি নাম ! Read More »