অনুভৱ কৰকচোন আপুনিও সুখী মানুহ !

How to Make Yourself Happy in Assamese/ How to Make Someone Happy / How to Feel Happy/ How to Live a Happy Life               সুখ-দুখ, হাঁহি-কান্দোন, প্ৰাপ্তি-অপ্ৰাপ্তি, প্ৰেম-ঘৃণা, জয়,পৰাজয় সমষ্টিৰ মায়াজালেই গোটেই জীৱন আবৃত আমাৰ৷ জীৱনত ঘটি যোৱা বা ঘটিবলগীয়া সকলোৱেই সম্ভৱ ৷ কিন্তু দেখা যায় ব্যক্তি বিশেষে প্ৰত্যেক ব্যক্তিৰ জীৱনত সুখৰ সংজ্ঞা ভিন্ন ভিন্ন৷ কিন্তু সকলোৱে আমি অনুভৱ কৰো সুখ-দুখৰ মনেই একমাত্ৰ কাৰণ৷ প্ৰকৃততে ইচ্ছা কৰিলে মানুহ সুখী হ’ব পাৰে ৷ দৈনন্দিন জীৱনত আমিবোৰ নিজ স্বাৰ্থ পূৰণত বা নিজৰ কৰ্মৰ মাজত ইমান গভীৰ ভাৱে ব্যস্ত হৈ যন্ত্ৰৰ দৰে জীয়াই থাকিব শিকিলো যে মধুময় জীৱনৰ সুৱাস ল’বলৈও আমি পাহৰি গৈছো দিনক দিনে ।         জীৱন বৰ ক্ষন্তেকীয়া । জীৱনৰ মায়াময় …

অনুভৱ কৰকচোন আপুনিও সুখী মানুহ ! Read More »